আজিৰ দিনটোৰ বিশেষত্ব~৭ ছেপ্তেম্বৰ

🌼১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
🌼আজিৰ দিনটোতে ১৯৮৮ চনত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।
🌼১৯৩১ চনৰ আজিৰ দিনটোতে লণ্ডনত ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
🌼অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগৰ আজি জন্মদিন (১৯১৫ চন)।
🌼ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হয় ১৫৩৩ চনৰ আজিৰ দিনটোতে।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send