আজিৰ দিনটোৰ বিশেষত্ব~৭ ছেপ্তেম্বৰ

©Admin
0
🌼১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
🌼আজিৰ দিনটোতে ১৯৮৮ চনত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।
🌼১৯৩১ চনৰ আজিৰ দিনটোতে লণ্ডনত ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
🌼অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগৰ আজি জন্মদিন (১৯১৫ চন)।
🌼ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হয় ১৫৩৩ চনৰ আজিৰ দিনটোতে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)