আজিৰ দিনটোৰ ৰাশিফল- ১১ ছেপ্তেম্বৰ

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২৫ভাদ , শনিবাৰ,ইং ১১চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১০/১৯,সূৰ্য্যাস্ত ঘ:৫/৩০/১৯

ৰাশি :-  তুলা ৰাশি।
তিথি :- শুক্লা পঞ্চমী । ৰা:ঘ:- ৯/৫৭/৩২ লৈ।
নক্ষত্ৰ :- স্বাতী। ঘ:- ২/৩৩/১৯ লৈ।
শুভ সংখ্যা :- ৭/৩
শুভ ৰং :- ৰঙা/ বেঙুনীয়া ৰং ।
আদ্যঋতু হলে :- বেশ্যা  যোগ।
যাত্ৰা :- দক্ষিণ দিশত নাই ।ৰা:ঘ:- ৯/৫৭/৩২ যোৱাত পশ্চিম দিশত নাই ।
 যোগিনী :- দক্ষিণ দিশত ।ৰা:ঘ:- ৯/৫৭/৩২ যোৱাত পশ্চিম দিশত।
মৰণত দোষ:- এপদ,ঘ:- ২/৩৩/১৯ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য :-  বেল  খোৱা নিষেধ,ৰা:ঘ:- ৯/৫৭/৩২ যোৱাত তিতা খোৱা নিষেধ ।
                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, কৰ্মব্যস্তা বাঢ়িব, লগতে আজি আপোনাৰ ভোজন বিলাস বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, কৰ্মত ঘৰৰ পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য বিষণ্ণ তাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, কৰ্ম ক্ষেত্ৰত উন্নতি হব, লগতে ধন সন্মান লাভ  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য দ্ৰব্য নাশ  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সুযোগ লাভ কৰিব, ধন আগমন বাঢ়িব, লগতে আজি আপুনি জ্ঞন লাভ কৰাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  ৰোগাৰোগ্য হব যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত শুভ হব, কৰ্মত আনৰ সহায় সহযোগিতা লাভ হব, লগতে আজি আপোনাৰ মনত আনন্দ   বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মক্ষেত্ৰত সফল হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য পাৰিবাৰিক ক্ষেত্ৰত জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, খেলুৱৈ সকলৰ শুভ হব, লগতে আজি আপোনাৰ ভোজন বিলাস বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত বন্ধু লাভ হব, লগতে আজি উকীল সকলৰ কৰ্মক্ষেত্ৰত শুভ  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মক্ষেত্ৰত উন্নতি হব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)