উত্তৰ:- লোকসভাৰ সদস্যই।
(২) ভাৰতবৰ্ষৰ কেইখন ৰাজ্যত দ্বিসদন মুক্ত বিধান মণ্ডল আছে?
উত্তৰ:- সাত খন।
(৩) ৰাজ্যৰ বিধান মণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা কিমান?
উত্তৰ:- ৪০ (40)।
(৪) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান?
উত্তৰ:- ৩১ ।
(৫) ৰাজ্যসভাৰ পদেন সভাপতি জন কোন?
উত্তৰ:- উপ ৰাষ্ট্ৰপতি।
(৬) ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চল-
উত্তৰ:- ৭ ।
(৭) কাক ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে?
উত্তৰ:- সংসদক।
(৮) লোকসভাৰ মুঠ সদস্য কিমান?
উত্তৰ:- ৫৪৫ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ