অসমীয়া সাধাৰণ জ্ঞান

(১) লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে?

উত্তৰ:- লোকসভাৰ সদস্য‌ই।



(২) ভাৰতবৰ্ষৰ কেইখন ৰাজ্যত দ্বিসদন মুক্ত বিধান মণ্ডল আছে?

উত্তৰ:- সাত খন।



(৩) ৰাজ্যৰ বিধান মণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- ৪০ (40)।




(৪) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান?

উত্তৰ:- ৩১ ।



(৫) ৰাজ্যসভাৰ পদেন সভাপতি জন কোন?

উত্তৰ:- উপ ৰাষ্ট্ৰপতি।



(৬) ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চল-

উত্তৰ:- ৭ ।



(৭) কাক ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে?

উত্তৰ:- সংসদক।



(৮) লোকসভাৰ মুঠ সদস্য কিমান?

উত্তৰ:- ৫৪৫ ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send