আজি হ'ল ১৬ ছেপ্তেম্বৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৫৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১০৬ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
♠️আজি পাপুৱা নিউ গুইনাৰ স্বাধীনতা দিৱস।
♠️আজি আন্তঃৰাষ্ট্ৰীয় অ'জ'ন স্তৰ সংৰক্ষণ দিৱস।
♠️আজিৰ দিনটোতেই ১৬২০ চনত এক পিউৰিটান তীৰ্থযাত্ৰীৰ দলে মে ফ্লাৱাৰ জাহাজত উঠি ইংলেণ্ডৰ পৰা আমেৰিকালৈ আহিছিল। এওঁলোকেই পিছলৈ প্লাইমাউথ উপনিৱেশ স্থাপন কৰিছিল।
♠️আজিৰ দিনটোতেই ১৯০৮ চনত General Motors Corporation ৰ প্ৰতিষ্ঠা হৈছিল।
♠️আজিৰ দিনটোতেই ১৯৫৯ চনত নিউয়ৰ্কত জেৰক্স মেচিনৰ সফল উদ্ভাৱন হৈছিল।
💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা
Tags:
আজিৰ দিনটোৰ বিশেষত্ব