১৬ ছেপ্তেম্বৰ-সাধাৰণ জ্ঞান

Rinku Rajowar
0
🔰PM KUSUM যোজনাৰ বাবদ কোনখন ৰাজ্যই সৰ্বাধিক সংখ্যক সৌৰ পাম্প লগাইছে?
➖হাৰিয়ানা।
🔰আম আদমী পাৰ্টীৰ নতুন ৰাষ্ট্ৰীয় সমন্বয়ক কোন?
➖অৰবিন্দ কেজৰিৱাল।
🔰ISRO ৰ সৈতে চুক্তি সম্পাদন কৰা প্ৰথমটো ব্যক্তিগত কোম্পানী কি?
➖Skyroot Aerospace।
🔰ভাৰত-আফ্ৰিকা ৰক্ষা বাৰ্তাৰ আয়োজন কোন ঠাইত হ'ব?
➖গান্ধীনগৰ।
🔰পাকিস্তান ক্ৰিকেট বৰ্ডৰ নতুন অধ্যক্ষ কোন?
➖ৰমীজ ৰাজা।
🔰গোমধান অভিযান কোনে প্ৰথম আৰম্ভ কৰিছে?
➖ছত্তিশগড় চৰকাৰ।
🔰গান্ধী স্মৃতি দৰ্শন সমিতি (GSDS)ৰ নতুন উপাধ্যক্ষ কোন?
➖বিজয় গোৱেল।
🔰বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি Statue of Unity ক'ত আছে?
➖গুজৰাট।
🔰ভাৰতৰ প্ৰথমটো লিথিয়াম ফেক্টৰী ক'ত আছে?
➖গুজৰাট।
🔰অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি?
➖অমৰাৱতী, বিশাখাপট্টনম আৰু কুৰ্নুল। 

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)