সেই যে নৈ পৰীয়া ল'ৰাটো-তগৰ তালুকদাৰ

সেই নৈ পৰীয়া ল'ৰাটো ভাল লাগে কিয় বা   ?
কেতিয়াবা দুখৰ সময়তো 
নৈৰ পাৰত |
কেতিয়াবা সুখত থাকিলেও নৈৰ পাৰত দেখিবলৈ পাওঁ |
নৈৰ পাৰে পাৰে বৈৰাগীৰ
গীত গাই ফুৰা 
নৈৰ সুৰাৰ ৰাগীত গীত গাই গাই 
মাতাল হৈ ফুৰা ল'ৰাটো  ?
মাথোন প্ৰকৃতিৰ প্ৰেমত মতলীয়া 
সেই নৈ পৰীয়া ল'ৰাটো  |

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send