সেই যে নৈ পৰীয়া ল'ৰাটো-তগৰ তালুকদাৰ

©Admin
0
সেই নৈ পৰীয়া ল'ৰাটো ভাল লাগে কিয় বা   ?
কেতিয়াবা দুখৰ সময়তো 
নৈৰ পাৰত |
কেতিয়াবা সুখত থাকিলেও নৈৰ পাৰত দেখিবলৈ পাওঁ |
নৈৰ পাৰে পাৰে বৈৰাগীৰ
গীত গাই ফুৰা 
নৈৰ সুৰাৰ ৰাগীত গীত গাই গাই 
মাতাল হৈ ফুৰা ল'ৰাটো  ?
মাথোন প্ৰকৃতিৰ প্ৰেমত মতলীয়া 
সেই নৈ পৰীয়া ল'ৰাটো  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)