আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
৬ আহিন , বৃহস্পতিবাৰ,ইং ২৩ চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১৬/৩৮,সূৰ্য্যাস্ত ঘ:৫/১৭/৯

 *ৰাশি:-* মীন ৰাশি।ঘ:- ৭/০/৩৬ যোৱাত মেষ ৰাশি।
 *তিথি :-* কৃষ্ণ দ্বিতীয়া।প্ৰা:ঘ:- ৫/৫৫/২২ লৈ।
 *নক্ষত্ৰ :-*  ৰেৱতী। ঘ:- ৭/০/৩৬ লৈ।
 *শুভ সংখ্যা:-* ৩/১
 *শুভ ৰং :-* ৰঙা/ হালধীয়া ৰং ।
 *আদ্যঋতু হলে :-* দু:শীলা  যোগ।
 *যাত্ৰা:-* উত্তৰ দিশত নাই ।প্ৰা:ঘ:- ৫/৫৫/২২ যোৱাত অগ্নি কোনত নাই।
 *যোগিনী :-* উত্তৰ দিশত ।প্ৰা:ঘ:- ৫/৫৫/২২ যোৱাত অগ্নি কোনত ।
 *মৰণত দোষ:-* এপদ।প্ৰা:ঘ;- ৫/৬৫/২২  যোৱাত নাই।
 *ভক্ষাভক্ষ্য:-* তিতা খোৱা নিষেধ,প্ৰা:ঘ:- ৫ /৫৫/২২  যোৱাত পটল খোৱা নিষেধ ।

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব,কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব,যদিও আজি আপুনি সজাগ নহলে মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পতি , যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সজাগ নহলে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, লগতে আজি আপোনাৰ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনটো সামান্য চঞ্চল হব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ সুখ  বৃদ্ধি হব, প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ ধন সন্মান লাভ  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হব,যদিও আজি আপোনাৰ সামান্য মনৰ পৰিৱৰ্তন আহিব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বন্ধু লাভ হব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য জতিলতা বাঢ়িব পাৰে লগতে লগতে আজি আপোনাৰ কৰ্মত সামান্য কষ্ট  বৃদ্ধি  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত   মনটো উদাৰ হব , আনক সহায় সহযোগিতা কৰাৰ মনোভাৱ বাঢ়িব,যদিও সামান্য মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য সুখ বাঢ়িব, সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত ক্ষেত্রত সুখ বৃদ্ধি হব, লগতে আজি আপোনাৰ ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, উত্তম বস্ত্ৰ লাভ হব, লগতে আপুনি আজি কৰ্মত সফল হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)