আজিৰ ৰাশিফল-১০ ছেপ্তেম্বৰ

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২৪ভাদ , শুক্ৰবাৰ,ইং ১০চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৯/৫৯,সূৰ্য্যাস্ত ঘ:৫/৩১/১০

ৰাশি :-  তুলা ৰাশি।
তিথি :- শুক্লা চতুৰ্থী । ৰা:ঘ:- ১২/১০/৩১ লৈ।
নক্ষত্ৰ :- চিত্ৰা। ঘ:- ৩/৫৭/৫৬ লৈ।
শুভ সংখ্যা :- ৬/১
শুভ ৰং :- ৰঙা/ চিত্ৰবিচিত্ৰ ৰং ।
আদ্যঋতু হলে :- বেশ্যা  যোগ।
যাত্ৰা :- নৈঋত কোনত নাই ।ৰা:ঘ:- ১২/২০/৩১ যোৱাত দক্ষিণ দিশত নাই ।
 যোগিনী :- নৈঋত কোনত ।ৰা:ঘ:- ১২/২০/৩১ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :-  মুলা খোৱা নিষেধ,ৰা:ঘ:- ১২/১০/৩১ যোৱাত বেল খোৱা নিষেধ ।
                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে লগতে সামান্য বেয়া সংবাদ পোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনোমালিন্য বা বন্ধু বিশ্চেদ হব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হওক।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব, লগতে আজি আপোনাৰ সামান্য কৰ্মপৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামান্য ব্যয় বাঢ়িব পাৰে, আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাৱ পাৰে লগতে আজি সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আপুনি সজাগ নহলে আপোনাৰ সামান্য সন্মান  হানি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন ধান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব। 

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফল হব, লগতে আজি আপোনাৰ প্ৰেমত ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, কৰ্ম দক্ষতা বাঢ়িব, লগতে কৰ্মত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ধন আগমন বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত সামান্য অসুবিধা আহিব যদিও কৰ্মত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, পাৰিবাৰিক সুখ বৃদ্ধি হব যদিও মনত আজি আপোনাৰ সামান্য ভিন্ন চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মতক্ষেত্তত উন্নতি হব যদিও আজি আপুনি কৰ্মতক্ষেত্তত সকলো দিশতে সজাগ হোৱাটো ভাল হব, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ বৃদ্ধি হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)