তুমি চাগে ভাবিবই নোৱাৰিবা ইয়াৰ কঠোৰতা।
মোৰ এই জীৱনৰ ৰঙীন সপোনবোৰত অকল শিক্ষা জ্ঞানৰ প্ৰয়োজন নহয়।
ইয়াত প্ৰয়োজন দেহৰ সুস্থ কঠোৰ পৰিশ্ৰম দৈহিক মনোভাৱ।
য'ত থাকিব লাগিব ধৈৰ্য্য, বিশ্বাস ত্যাগ, মানৱতা গুণ।
য'ত থাকিব লাগিব শৰীৰৰ বিষাদ ঘামৰ পানীৰ টোপালবোৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ