মোৰ জীৱন সংগ্ৰাম-বিকাশ টাইদ

মই আঁকিব খোজা জীৱনৰ সপোন ৰঙীন ছবিখন বহুত কঠিন জানা!
তুমি চাগে ভাবিবই নোৱাৰিবা ইয়াৰ কঠোৰতা।
মোৰ এই জীৱনৰ ৰঙীন সপোনবোৰত অকল শিক্ষা জ্ঞানৰ প্ৰয়োজন নহয়।
ইয়াত প্ৰয়োজন দেহৰ সুস্থ কঠোৰ পৰিশ্ৰম দৈহিক মনোভাৱ।
য'ত থাকিব লাগিব ধৈৰ্য্য, বিশ্বাস ত্যাগ, মানৱতা গুণ।
য'ত থাকিব লাগিব শৰীৰৰ বিষাদ ঘামৰ পানীৰ টোপালবোৰ।

 

Post a Comment

Previous Post Next Post