আজিৰ দিনটোৰ বিশেষত্ব- ৯ ছেপ্টেম্বৰ

🔘১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাই স্বীকৃতি লাভ কৰে।
🔘২০০১ চনৰ আজিৰ দিনটোতে বেইজিঙত মন্দিৰ এটা ভাগি ১৩জন লোকৰ মৃত্যু হয়।
🔘১৯৭৯ চনৰ আজিৰ দিনটোতে যোগেন্দ্ৰ নাথ ভূঞা অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁ সেই বছৰৰে ১১ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
🔘অসম সাহিত্য সভাৰ সভাপতি যোগেশ দাসৰ পৰলোপ্ৰাপ্তি ঘটে ১৯৯৯ চনৰ আজিৰ দিনটোতে।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send