আজিৰ দিনটোৰ বিশেষত্ব- ৯ ছেপ্টেম্বৰ

©Admin
0
🔘১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাই স্বীকৃতি লাভ কৰে।
🔘২০০১ চনৰ আজিৰ দিনটোতে বেইজিঙত মন্দিৰ এটা ভাগি ১৩জন লোকৰ মৃত্যু হয়।
🔘১৯৭৯ চনৰ আজিৰ দিনটোতে যোগেন্দ্ৰ নাথ ভূঞা অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁ সেই বছৰৰে ১১ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
🔘অসম সাহিত্য সভাৰ সভাপতি যোগেশ দাসৰ পৰলোপ্ৰাপ্তি ঘটে ১৯৯৯ চনৰ আজিৰ দিনটোতে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)