সাধাৰণ জ্ঞান- কুইজ

©Admin
0
◼️কোনে সকলোতকৈ বেছি অস্কাৰ বঁটা পাইছে?
📝ৱালটাৰ ডিজ্নী।
◼️চলচিত্ৰ জগতৰ কিংবদন্তিৰ নায়ক কোন?
📝 চাৰ্লি চেপলিন।
◼️কোনটো সংস্থা শৰণাৰ্থীৰ সৈতে জড়িত?
📝 UNHCR
◼️UN দিৱস কেতিয়া পালন কৰা হয়?
📝২৪অক্টোবৰ।
◼️বগা কয়লা কি?
📝জল-বিদ্যুৎ।
◼️ভাৰতৰ কোনবিধ পক্ষীক পৃথিৱীৰ সংৰক্ষিত পক্ষীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে?
📝 শগুণ।

সংগ্ৰাহক - লভিতা চহৰীয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)