২৭ ছেপ্তেম্বৰ- দৈনিক ৰাশিফল

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১০আহিন , সোমবাৰ,ইং ২৭ চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১৭/২৬,সূৰ্য্যাস্ত ঘ:৫/১২/৫২

 *ৰাশি:-*  বৃষ ৰাশি।
 *তিথি :-* কৃষ্ণ ষষ্ঠী।ঘ:- ১২/৫৭/৩৭ লৈ।
 *নক্ষত্ৰ :-* ৰোহিনী। আ:ঘ:- ৪/১৭/৭ লৈ।
 *শুভ সংখ্যা:-* ৫/২
 *শুভ ৰং :-* বগা/মুগা  ৰং ।
 *আদ্যঋতু হলে :-*  পতিহিতা  যোগ।
 *যাত্ৰা:-* পশ্চিম দিশত নাই ।ঘ:- ১২/৫৭/৩৭ যোৱাত বাযু কোনত নাই।
 *যোগিনী :-* পশ্চিম দিশত ।ঘ:- ১২/৫৭/৩৭ যোৱাত বাযু কোনত।
 *মৰণত দোষ:-* নাই।ঘ:- ১২/৫৭/৩৭ যোৱাত এপদ।
 *ভক্ষাভক্ষ্য:-* তিতা খোৱা নিষেধ । ঘ: - ১২/৫৭/৩৭ যোৱাত তাল খোৱা নিষেধ ।

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, যদিও আজি আপুনি কৰ্মত সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে লগতে সামান্য ধন ব্যয়  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হব , সম্পত্তি লাভ হব, যদিও  আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, শিল্পী সকল শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনৰ আশা পুৰণ হব, মনত সাহস বাঢ়িব, লগতে আজি আপোনাৰ ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতা ৰ সন্মুখীন হব পাৰে লগতে আজি বিদ্যাৰ্থী সকলেও সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব, ধন সন্মান লাভ হব, লগতে শুভ সংবাদ লাভ  হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত শান্তি বাঢ়িব, কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত শুভ  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ঘৰুৱা সুখ বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় আৰু এলাহ ভাৱ বৃদ্ধি  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি হব, যদিও আজি দিনটোত আপুনি সকলে দিশতে সজাগ হৈ চলিব। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য বৃয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত   কৰ্মত নতুনকৈ যোগাযোগ হব, কৰ্ম স্থান সামান্য পৰিৱৰ্তন হব পাৰে লগতে আজি আপোনাৰ মনত সামান্য অস্থিৰতা ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহলে সামান্য বিৰোধিতা ৰ সন্মুখীন হব পাৰে লগতে মনত সামান্য খং আৰু অভিমান ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send