১০আহিন , সোমবাৰ,ইং ২৭ চেপ্তেম্বৰ,
২০২১।
সূৰ্য্যোদয় ঘ:৫/১৭/২৬,সূৰ্য্যাস্ত ঘ:৫/১২/৫২
*ৰাশি:-* বৃষ ৰাশি।
*তিথি :-* কৃষ্ণ ষষ্ঠী।ঘ:- ১২/৫৭/৩৭ লৈ।
*নক্ষত্ৰ :-* ৰোহিনী। আ:ঘ:- ৪/১৭/৭ লৈ।
*শুভ সংখ্যা:-* ৫/২
*শুভ ৰং :-* বগা/মুগা ৰং ।
*আদ্যঋতু হলে :-* পতিহিতা যোগ।
*যাত্ৰা:-* পশ্চিম দিশত নাই ।ঘ:- ১২/৫৭/৩৭ যোৱাত বাযু কোনত নাই।
*যোগিনী :-* পশ্চিম দিশত ।ঘ:- ১২/৫৭/৩৭ যোৱাত বাযু কোনত।
*মৰণত দোষ:-* নাই।ঘ:- ১২/৫৭/৩৭ যোৱাত এপদ।
*ভক্ষাভক্ষ্য:-* তিতা খোৱা নিষেধ । ঘ: - ১২/৫৭/৩৭ যোৱাত তাল খোৱা নিষেধ ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, যদিও আজি আপুনি কৰ্মত সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে লগতে সামান্য ধন ব্যয় হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হব , সম্পত্তি লাভ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, শিল্পী সকল শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, মনত সাহস বাঢ়িব, লগতে আজি আপোনাৰ ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতা ৰ সন্মুখীন হব পাৰে লগতে আজি বিদ্যাৰ্থী সকলেও সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, ধন সন্মান লাভ হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত শান্তি বাঢ়িব, কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সুখ বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় আৰু এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগা দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি হব, যদিও আজি দিনটোত আপুনি সকলে দিশতে সজাগ হৈ চলিব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য বৃয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব, কৰ্ম স্থান সামান্য পৰিৱৰ্তন হব পাৰে লগতে আজি আপোনাৰ মনত সামান্য অস্থিৰতা ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহলে সামান্য বিৰোধিতা ৰ সন্মুখীন হব পাৰে লগতে মনত সামান্য খং আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ