সাধাৰণ জ্ঞান-২৬ ছেপ্টেম্বৰ

পংখী মৰাণ
0
সাধাৰণ জ্ঞান
১.ভাৰতৰ কোন ঠাইত পৃথিৱীৰ আটাইতকৈ ওখ বৈদ্যুতিক বাহন চাৰ্জিং ষ্টেচন স্থাপন কৰা হৈছে?
উ:কাজা (হিমাচল প্ৰদেশ)।
২.ডিজিটেল কোৱালিটী অৱ লাইফ সূচাংক (২০২১)
-ৰ তালিকাত ভাৰত কোন স্থানত আছে?
উ:৫৯।
৩.ভাৰতে কোন দেশৰ লগত C-295 Aircraft-ৰ বাবে চুক্তি সম্পাদন কৰিছে?
উ:স্পেইন।
৪.বিশ্ব গোলাপ দিৱস-২০২১ বিষয়বস্তু কি আছিল?
উ:Keep the give alive।
৭.বিশ্বৰ আটাইতকৈ বিশাল জ্বালামুখী মনা ল'ৱা ক'ত আছে?
উ:হাৱাই দ্বীপ।
৮.সমগ্ৰ দেশতে ডিজিটেল স্বাস্হ্য সেৱা প্ৰৱৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কি যোজনা আৰম্ভ কৰিছে?
উ:প্ৰধানমন্ত্ৰী ডিজিটেল স্বাস্হ্য অভিযান।
৯.আন্তঃৰাষ্ট্ৰীয় হাইড্ৰ'পাৱাৰ এছ'চিয়েচন (IHA)-ৰ দ্বাৰা প্ৰতিষ্ঠিত ব্লুনেট পুৰস্কাৰ-২০২১ (Blue Planet Prize) কোনে লাভ কৰিছে?
উ:তীস্তা পাৱাৰ ষ্টেচন (চিকিম)।
১০."ফ'ৰ হাড্ৰেড ডেইজ" কিতাপখন কোনে লিখিছে?
উ:চেতন ভগত।
১১.গ্ল'বেল গলকীপাৰ এৱাৰ্ড-২০২১ (Global Goalkeeper Award) কোনে পাইছে?
উ:ফুমজিলে প্লাম্ব' এংগকুকা।
১২.কোনজন মোগল সম্ৰাটে আলমগীৰ উপাধি লৈছিল?
উ:ঔৰংগজেৱ। 

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)