দৈনিক ৰাশিফল- ২১ ছেপ্তেম্বৰ

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
৪ আহিন , মঙ্গলবাৰ,ইং ২১ চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১৪/৪৪,সূৰ্য্যাস্ত ঘ:৫/১৯/১৮

 *ৰাশি:-* মীন ৰাশি।
 *তিথি :-* কৃষ্ণ প্ৰতিপদ।শে:ঘ:- ৫/৫/৩২ লৈ।
 *নক্ষত্ৰ :-*  উত্তৰভাদ্ৰপদ।আহোৰাত্ৰ।
 *শুভ সংখ্যা:-* ৮/১
 *শুভ ৰং :-* ৰঙা/ সোনালী ৰং ।
 *আদ্যঋতু হলে :-* দুৰ্ভগা  যোগ।
 *যাত্ৰা:-* পূৱ দিশত নাই ।শে:ৰা:ঘ:- ৫/৫/৩২ যোৱাত উত্তৰ দিশত নাই।
 *যোগিনী :-* পূৱ দিশত  ।শে:ৰা:ঘ:- ৫/৫/৩২ যোৱাত উত্তৰ দিশত ।
 *মৰণত দোষ:-* এপদ।শে:ৰা::ঘ;- ৫/৫/৩২  যোৱাত দ্বিপদ।
 *ভক্ষাভক্ষ্য:-* কোমোৰা খোৱা নিষেধ,শে:ৰা:ঘ:- ৬ /৪৫/৩২  যোৱাত তিতা খোৱা নিষেধ ।

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত শুভ  কৰ্মলৈ মনোনিবেশ হব, মনৰ আশা পুৰণ হব, যদিও আজি আপুনি সজাগ নহলে আনৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত শান্তি বাঢ়িব, যদিও কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য প্ৰৰিশ্ৰম বাঢ়িব পাৰে,শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে আপোনাৰ প্ৰাপ্য হানি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব, বন্ধু লাভ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।  

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, কৰ্মত নতুনকৈ যোগাযোগ হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত খেতিয়ক সকলৰ শুভ হব, মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, লগতে  আজি আপোনাৰ সুখ বৃদ্ধি  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত উন্নতি হব, কৰ্মত সফল হব,লগতে প্ৰেম আৰু বিবাহৰ দিশত শুভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব,দ্ৰব্য লাভ হব,যদিও আজি আপুনি বিবাদৰ পৰা আতৰি থকাই ভাল হব।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেমত শুভ হব, ভ্ৰমণত শুভ হব,যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ মনত আনন্দ বাঢ়িব, শুভ সংবাদ লাভ হব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)