দৈনিক ৰাশিফল-২৮ ছেপ্তেম্বৰ

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১১আহিন , মঙ্গলবাৰ,ইং ২৮ চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১৭/৫৩,সূৰ্য্যাস্ত 
ঘ:৫/১১/৪৮

 *ৰাশি:-*  বৃষ ৰাশি।প্ৰা:ঘ:- ৫/৩৩/৩১ যোৱাত মিথুন ৰাশি।
 *তিথি :-* কৃষ্ণ সপ্তমী।ঘ:- ২/৫৯/১৪ লৈ।
 *নক্ষত্ৰ :-* মৃগশিৰা। ৰা:ঘ:- ৬/৪৯/২৯ লৈ।
 *শুভ সংখ্যা:-* ৬/১
 *শুভ ৰং :-* ৰঙা/গোলপীয়া ৰং।
 *আদ্যঋতু হলে :-*  পতিহিতা  যোগ।
 *যাত্ৰা:-* বাযু কোনত নাই ।ঘ:- ২/৫৯/১৪ যোৱাত ঈশান কোনত নাই।
 *যোগিনী :-* বাযু কোনত  ।ঘ:- ২/৫৯/১৪ যোৱাত ঈশান কোনত।
 *মৰণত দোষ:-* দ্বিপদ ।ঘ:- ২/৫৯/১৪  যোৱাত এপদ।
 *ভক্ষাভক্ষ্য:-* তাল খোৱা নিষেধ । ঘ: - ২/৫৯/১৪ যোৱাত নাৰিকল খোৱা নিষেধ ।

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব,প্ৰেমত শুভ হব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পতি হব,লগতে  মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফল হব, কৰ্মত বিপৰীত লিংগৰ পৰা সহাৰি লাভ হব, লগতে কৰ্মব্যস্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  জ্ঞান বাঢ়িব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ সুখ বাঢ়িব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত মনৰ সামান্য পৰিৱৰ্তন আহিব পাৰে, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব। 

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সমস্যাৰ সমাধান হব, ভ্ৰমণত শুভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে অপমানিত হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত প্ৰেম শুভ হব,  কৰ্মত শুভ হব, লগতে ধন সন্মান লাভ  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত দক্ষতা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সুখ বৃদ্ধি হব, শুভ কৰ্মলৈ মনোনিবেশ হব যদিও আজি আপুনি সজাগ নহলে মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, উত্তম ভোজন লাভ হব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)