মা-তৃষ্ণা ফুকন

Unknown
0
মা, 
তুমিয়েই মোৰ 
জীৱন ধাৰণৰ
একমাত্ৰ প্ৰেৰণাৰ উৎসাহ।
মা,
তুমিয়েই মোক দেখুৱালা
সৌন্দৰ্যময় পৃথিৱীৰ
ৰামধেনুৰ দৰে অনাবিল স্বপ্ন।
মা,
তোমাৰ প্ৰেৰণা হ'ব
মোৰ কবিতা ৰ উৎস
তোমাৰ কৃপাত আজি মই
হাতত তুলি লৈছোঁ এটি কলম,
যাৰ দ্বাৰা জীৱনৰ পৃষ্ঠাত খোদিত হ'ব
দিঠকত পৰিণত জীৱনৰ মধুময় স্বপ্ন।
         
  ✍️  তৃষা ফুকন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)