আজিৰ দিনটোৰ বিশেষত্ব-১২ ছেপ্টেম্বৰ

পংখী মৰাণ
0
আজি হ'ল ১২ ছেপ্তেবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৫৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১১০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

১.আজিৰ দিনটোতেই ১৭৮৬ চনত লৰ্ড কৰ্ণৱালিছে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
২.আজিৰ দিনটোতেই ১৯৫৩ চনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন. এফ. কেনেডীয়ে জেকলিন লী বভোৱাৰক বিয়া কৰাইছিল। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)