আজি হ'ল ১২ ছেপ্তেবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৫৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১১০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
১.আজিৰ দিনটোতেই ১৭৮৬ চনত লৰ্ড কৰ্ণৱালিছে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
২.আজিৰ দিনটোতেই ১৯৫৩ চনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন. এফ. কেনেডীয়ে জেকলিন লী বভোৱাৰক বিয়া কৰাইছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ