১১ ছেপ্তেম্বৰ- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
  • ১৮৯৩ - স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
  • ১৮৭৭ - জেমছ জীনছ, ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্য়োতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ।
  • ১৯৭৮ - ইৰাণত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল।
  • ২০০১ - সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
  • ২০০৭ - প্ৰথম টুয়েণ্টি ২০ (T20) বিশ্বকাপ ক্ৰিকেট আৰম্ভ হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)