৩০ ছেপ্তেম্বৰ- সাধাৰণ জ্ঞান

Rinku Rajowar
0
১)পৰুৱাবোৰ-
উত্তৰ: মৃতভোজী বা উচ্ছিষ্টভোজী।
২)পৃথিৱীৰ বায়ুমণ্ডলৰ বহিৰ্ভাগত আপতিত হোৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ বায়ুমণ্ডলৰ দ্বাৰা শোষিত হয়?
উত্তৰ: 20।
৩)গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত?
উত্তৰ: দ্বিতীয়।
৪)বায়ুমণ্ডলত নাইট্ৰ’জেনৰ শতকৰা পৰিমাণ কিমান?
উত্তৰ: 78 ভাগ।
৫)পৰিস্থিতি তন্ত্ৰ(ecosystem)নামটো কোনে দিছিল?
উত্তৰ: Hackel

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)