৩০ ছেপ্তেম্বৰ- আজিৰ দিনটোৰ তাৎপৰ্য

Rinku Rajowar
0
⏺️১৩৯৯ – হেনৰী চতুৰ্থক ইংলেণ্ডৰ ৰজা বুলি ঘোষণা কৰা হয়।
⏺️১৫২০ - চুলেইমান দা মেগ্নিফিছেণ্টে তেওঁৰ দেউতাক চেলাম প্ৰথমৰ পিছত অট'মান চুলতান হয়। (১৫৬৬ চনলৈকে শাসন কৰিছিল। )
⏺️১৬৮৭ - মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে।
⏺️১৯১৭ - ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
⏺️১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
⏺️১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা।
⏺️১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
⏺️১৯৯৩ - মহাৰাষ্টৰ লাটুৰত ৬.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল।
⏺️১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)