যন্ত্ৰণা সদৃশ সেই গানৰ সুৰ সিপাৰে থকা মানুহজন যেন আজি নিমাত!
তেওঁ সাজিছিল চাগৈ সেই জোনৰ দেশৰ সোণৰ সজাটি!
কিয় ?
হয়তো তেওঁ জ্ঞাত হ'ল চাগৈ এই শব্দবিহীন সমাজৰ নিস্বাৰ্থ বুলি কোৱা সেই কোমল বাক্য শাৰীত লুকাই থকা
সমুদ্ৰ সদৃশ অৰ্থৰ গান।
হয়তো সেইবাবেই চাগৈ তেওঁ আজি নিৰাপদ,
হয়তো তেওঁ বোৱাইছিল
সেই নিজান নিশা তৰাৰ সদৃশ চকুৰ বৰষুণ...।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ