সন্ধিয়া প্ৰায় ৭ বাজিছে ।আখলত বকবককৈ উতলি থকা কেৰাহীখনৰ কাষত বহি চাৰিটা ল'ৰা-ছোৱালীয়ে চিঞৰি উঠিছে -"মা ,মা ,মা ভোক লাগিছে খাবলৈ দিয়া"।স্বামীহাৰা ফুলেশ্বৰী শইকীয়াই বাৰে বাৰে বাহিৰলৈ চাই উচুপি উঠিল ।
তেনেতে ডাঙৰ পুতেক গহীনে হাতত খোৱা সামগ্ৰী লৈ ঘৰ সোমাই ক'লে "মা ফুকন চাৰে ১০০ টকা দিলে , এক সপ্তাহ হাজিৰা কৰিবলৈ কৈছে" ।
✍নীলপ্ৰতিম বৰা , টীয়ক ।
দূৰভাষ :- ৮০১১৫০৩৩২২
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ