হাজিৰা-নীলপ্ৰতিম বৰা

সন্ধিয়া প্ৰায় ৭ বাজিছে ।আখলত বকবককৈ উতলি থকা কেৰাহীখনৰ কাষত বহি চাৰিটা ল'ৰা-ছোৱালীয়ে চিঞৰি উঠিছে -"মা ,মা ,মা ভোক লাগিছে খাবলৈ দিয়া"।স্বামীহাৰা ফুলেশ্বৰী শইকীয়াই বাৰে বাৰে বাহিৰলৈ চাই উচুপি উঠিল ।
      তেনেতে ডাঙৰ পুতেক গহীনে হাতত খোৱা সামগ্ৰী লৈ ঘৰ সোমাই ক'লে "মা ফুকন চাৰে ১০০ টকা দিলে , এক সপ্তাহ হাজিৰা কৰিবলৈ কৈছে" ।
        
                  
✍নীলপ্ৰতিম বৰা , টীয়ক ।
দূৰভাষ :- ৮০১১৫০৩৩২২

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send