সাধাৰণ জ্ঞান-১৯ ছেপ্তেম্বৰ

১. প্ৰথম স্নাতক কোন?
উ:বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বসু।

২.ফুল নোহোৱাকৈ ফল লাগে কি গছত?
উ:ডিমৰু গছ।

৩. তিৰুপতিৰ বিখ্যাত মন্দিৰ ভাৰতৰ কোন প্ৰদেশত অৱস্থিত?
উ:অন্ধ্ৰপ্ৰদেশ।

৪. কাৰ ৰাজত্বকালত 'ইবন বটুতা' ভাৰতলৈ আহিছিল?
উ: মহম্মদ বিন টোঘলক।

৫. জাপানৰ পাৰ্লিয়ামেনণ্টখনৰ নাম কি?
উ: ডায়েট।

৬. কি যুদ্ধৰ পৰিণতি আছিল টাছখণ্ডৰ চুক্তি?
উ: ১৯৬৫ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ।

৭. মোগল বুৰঞ্জীত থকা 'খিজলী' কোন আছিল?
উ: আকবৰৰ ৰাজসভাৰ শ্ৰেষ্ঠ কবি।

৮. কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে?
উ: ৰাষ্ট্ৰপতি।

৯. ৰাৱণৰ পিতৃৰ নাম কি আছিল?
উ;বিশ্বশ্ৰবা মুনি।


১০. বৌদ্ধ ধৰ্মৰ দুটি সম্প্ৰদায়ৰ নাম কি?
উ:হীনযান আৰু মহাযান।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send