উ:বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বসু।
২.ফুল নোহোৱাকৈ ফল লাগে কি গছত?
উ:ডিমৰু গছ।
৩. তিৰুপতিৰ বিখ্যাত মন্দিৰ ভাৰতৰ কোন প্ৰদেশত অৱস্থিত?
উ:অন্ধ্ৰপ্ৰদেশ।
৪. কাৰ ৰাজত্বকালত 'ইবন বটুতা' ভাৰতলৈ আহিছিল?
উ: মহম্মদ বিন টোঘলক।
৫. জাপানৰ পাৰ্লিয়ামেনণ্টখনৰ নাম কি?
উ: ডায়েট।
৬. কি যুদ্ধৰ পৰিণতি আছিল টাছখণ্ডৰ চুক্তি?
উ: ১৯৬৫ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ।
৭. মোগল বুৰঞ্জীত থকা 'খিজলী' কোন আছিল?
উ: আকবৰৰ ৰাজসভাৰ শ্ৰেষ্ঠ কবি।
৮. কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে?
উ: ৰাষ্ট্ৰপতি।
৯. ৰাৱণৰ পিতৃৰ নাম কি আছিল?
উ;বিশ্বশ্ৰবা মুনি।
১০. বৌদ্ধ ধৰ্মৰ দুটি সম্প্ৰদায়ৰ নাম কি?
উ:হীনযান আৰু মহাযান।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ