চিনাকি কৰাই দিলা,
মায়াময় পৃথিৱীৰ গভীৰ ৰহস্য।
মাঁ তুমি অনন্য,
তুমি সৃষ্টিগামী
তুমি প্ৰেৰণাৰ উৎস।
মাঁ মাথোঁ এটি শব্দ নহয়!
মাঁ এক মিঠা অনুভূতি।
মাঁ তুমি ভগৱান, আল্লা, গড্
তুমিয়ে জগতৰ সৰ্বাংগীন।
তোমাৰ বিনে সন্তান
মাতৃহাৰা হৈ ,
আধৰুৱা এইজীৱন।
জীৱন পৰিক্ৰমাৰ শুদ্ধ পথ নিদৰ্শক তুমিয়ে মাঁ।
মাঁ যে বিশাল সাগৰৰ দৰে,
বুজোঁ কাৰণে জানোঁ।
মাৰ অপৰিসীম অৱদান।
✍️কনমনি নাথ(বাক্সা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ