মা-লক্ষিমী বৰা শইকীয়া

বিপ্লৱৰ প্ৰেমৰ প্ৰতাৰণাৰ বলি হৈ ডাক্তৰৰ চেম্বাৰত নিজৰ গৰ্ভত ফুলিবলৈ ধৰা ফুলপাহি মোহাৰি ,দুখ-বেদনাবোৰ হৃদয়ত সামৰি ,চেম্বাৰৰ পৰা ওলাই অহা গীতিকাৰ কাণত যেন অহৰহ ভাহি আছে আনে নুশুনা এটি আৰ্তনাদ "মা..."।


✍🏻লক্ষিমী বৰা শইকীয়া।
গড়মূৰ
মাজুলী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send