Homeঅণুগল্প মা-লক্ষিমী বৰা শইকীয়া September 11, 2021 0 বিপ্লৱৰ প্ৰেমৰ প্ৰতাৰণাৰ বলি হৈ ডাক্তৰৰ চেম্বাৰত নিজৰ গৰ্ভত ফুলিবলৈ ধৰা ফুলপাহি মোহাৰি ,দুখ-বেদনাবোৰ হৃদয়ত সামৰি ,চেম্বাৰৰ পৰা ওলাই অহা গীতিকাৰ কাণত যেন অহৰহ ভাহি আছে আনে নুশুনা এটি আৰ্তনাদ "মা..."।✍🏻লক্ষিমী বৰা শইকীয়া।গড়মূৰমাজুলী Tags: অণুগল্প লক্ষিমী বৰা শইকীয়া