এখন ঘৰ সজাৰ মন আছিল-আব্দুল হাই

অসমীয়া সাহিত্যৰ চানেকি
0
এখন ঘৰ সজাৰ মন আছিল
বাঁহ-বেত আঁতৰাই।
বেৰবোৰ ইটাৰে পকী কৰাৰ
এক ৰঙীন সপোন।

খেৰেৰে সজা চালিবোৰ আঁতৰাই
ৰঙীন টিন লগোৱাৰ।
বেৰবোৰ সপোনৰ ৰঙেৰে ৰঙীন কৰি
প্ৰেমৰ স্বৰ্গ সৃষ্টি কৰিবলৈ।

ছাহজাহানৰ তাজমহল নহ’লেও
থাকিব মমতা মোৰ।
অজস্ৰ ভালপোৱাৰ সতে খেলিব
নিগৰিব অমিয়া সুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)