Home কবিতা এখন ঘৰ সজাৰ মন আছিল-আব্দুল হাই এখন ঘৰ সজাৰ মন আছিল-আব্দুল হাই personঅসমীয়া সাহিত্যৰ চানেকি September 24, 2021 0 share এখন ঘৰ সজাৰ মন আছিলবাঁহ-বেত আঁতৰাই।বেৰবোৰ ইটাৰে পকী কৰাৰএক ৰঙীন সপোন।খেৰেৰে সজা চালিবোৰ আঁতৰাইৰঙীন টিন লগোৱাৰ।বেৰবোৰ সপোনৰ ৰঙেৰে ৰঙীন কৰিপ্ৰেমৰ স্বৰ্গ সৃষ্টি কৰিবলৈ।ছাহজাহানৰ তাজমহল নহ’লেওথাকিব মমতা মোৰ।অজস্ৰ ভালপোৱাৰ সতে খেলিবনিগৰিব অমিয়া সুৰ। Tags আব্দুল হাইকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ