➖মেক্স ৱেষ্টেপ্বেন।
🔰 টকিঅ' পেৰা অলিম্পিক ২০২০-ত ভাৰতে কিমানটা পদক অৰ্জন কৰে?
➖১৯ টা।
🔰 ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস ২০২১-ৰ বিষয়বস্তু কি আছিল?
➖Forests and Livelihoods: Sustaining People and Planet.
🔰 SECI-ৰ নতুন প্ৰবন্ধ নিৰ্দেশক কোন?
➖সুমন শৰ্মা।
🔰 ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ নতুন প্ৰশিক্ষক কোন?
➖থমাছ ডেনৱী।
🔰 গডৰেজ ইণ্ডাট্ৰিজ লিমিটেডৰ নতুন অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক কোন?
➖ নাদিৰ গডৰেজ।
🔰 এছিয়ান যুৱ বক্সিং চেম্পিয়নশ্বিপ ২০২১ ক'ত অনুষ্ঠিত হৈছে?
➖ডুবাই।
🔰 ঘঁৰিয়ালৰ তিনিওটা প্ৰজাতিয়েই পোৱা ভাৰতৰ একমাত্ৰ জিলা কোনখন?
➖কেন্দ্ৰপাড়া (উড়িষা)।
🔰 ভাৰতৰ প্ৰথম আধুনিক মানৱ বুলি কাক কোৱা হয়?
➖ ৰাজা ৰামমোহন ৰায়।
🔰 "ভল্গাৰ পৰা গঙ্গালৈ" কিতাপখন কোনে লিখিছিল?
➖ ৰাহুল সংস্কৃতায়ন।
💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ