সাধাৰণ জ্ঞান

🔰 ডাচ গ্ৰেণ্ড পিক্স ২০২১ খিতাপ কোনে লাভ কৰিছে?
➖মেক্স ৱেষ্টেপ্বেন।
🔰 টকিঅ' পেৰা অলিম্পিক ২০২০-ত ভাৰতে কিমানটা পদক অৰ্জন কৰে?
➖১৯ টা।
🔰 ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস ২০২১-ৰ বিষয়বস্তু কি আছিল?
➖Forests and Livelihoods: Sustaining People and Planet.
🔰 SECI-ৰ নতুন প্ৰবন্ধ নিৰ্দেশক কোন?
 ➖সুমন শৰ্মা।
🔰 ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ নতুন প্ৰশিক্ষক কোন?
  ➖থমাছ ডেনৱী।
 🔰 গডৰেজ ইণ্ডাট্ৰিজ লিমিটেডৰ নতুন অধ্যক্ষ আৰু  প্ৰবন্ধ নিৰ্দেশক কোন?
  ➖ নাদিৰ গডৰেজ।
 🔰 এছিয়ান যুৱ বক্সিং চেম্পিয়নশ্বিপ ২০২১ ক'ত অনুষ্ঠিত হৈছে?
 ➖ডুবাই।
🔰 ঘঁৰিয়ালৰ তিনিওটা প্ৰজাতিয়েই পোৱা ভাৰতৰ একমাত্ৰ জিলা কোনখন?
➖কেন্দ্ৰপাড়া (উড়িষা)। 
🔰 ভাৰতৰ প্ৰথম আধুনিক মানৱ বুলি‌‌ কাক কোৱা হয়?
➖ ৰাজা ৰামমোহন ৰায়।
🔰 "ভল্গাৰ পৰা গঙ্গালৈ" কিতাপখন কোনে লিখিছিল?
➖ ৰাহুল সংস্কৃতায়ন।

💠সংগ্ৰাহক ➖  কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send