হৃদয়ৰ দাপোণ-লক্ষিমী বৰা শইকীয়া

পংখী মৰাণ
0
   কাঁচৰ দাপোণৰ প্ৰতিবিম্ব ক্ষণিকতে আঁতৰাব পাৰি, হৃদয়ৰ দাপোণত খাজ খাই বহি ৰোৱা প্ৰতিবিম্ব কেনেকৈ আঁতৰাম বুলি কৈ উভতি খোজ লোৱা মানুহজন তাইৰ সেই আপোনজন; যি জনক আজি তাই এৰি থৈ বেলেগৰ হ'বলৈ ওলাইছে। অশ্ৰুৰ বন্যাই তাইৰ দুচকু ঢাকি পেলালে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)