Homeঅণুগল্প হৃদয়ৰ দাপোণ-লক্ষিমী বৰা শইকীয়া September 19, 2021 0 কাঁচৰ দাপোণৰ প্ৰতিবিম্ব ক্ষণিকতে আঁতৰাব পাৰি, হৃদয়ৰ দাপোণত খাজ খাই বহি ৰোৱা প্ৰতিবিম্ব কেনেকৈ আঁতৰাম বুলি কৈ উভতি খোজ লোৱা মানুহজন তাইৰ সেই আপোনজন; যি জনক আজি তাই এৰি থৈ বেলেগৰ হ'বলৈ ওলাইছে। অশ্ৰুৰ বন্যাই তাইৰ দুচকু ঢাকি পেলালে। Tags: অণুগল্প লক্ষিমী বৰা শইকীয়া