মণিকণৰ হেঁপাহ- ৰাহুল হাজৰিকা

শৰৎ মানেই শেৱালিৰ সুবাস, শাৰদীয় বতৰ মানে আকৌ এবাৰ পূজা আহিল। মণিকনৰ সুখৰ ঠিকনা নাই তাই পুৰণি পুতলা কেইটা উলিয়াই লৈ পাৰে মানে সজাইছে।কিন্তু দেউতাকৰ সেমেকা মুখখন দেখি তাই আকৌ সযতনে পুতলাবোৰ সামৰি থৈছে।তাই বুজি উঠিলে এইবাৰো আগৰ দৰে দেউতাকক সহায় কৰিব নোৱাৰিব।

তাই চিঞৰি চিঞৰি ক'ব নোৱাৰিব আহক দাদা, আহক বাইদেউ শেষৰ বজাৰ সস্তীয়া বজাৰ দুটা কিনিলে এটা লগত পাই।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send