১০টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ:- ৮ মাৰ্চ ।

২) বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়?
উ:- ৫ জুন ।

৩) শান্তিৰ নোবেল বঁটা কোন খন চহৰত প্ৰদান কৰা হয়?
উ:- অ'ছল' (Oslo) ।

৪) নোবেল বঁটা (শান্তিৰ নোবেল বঁটাৰ বাহিৰে) কোনখন চহৰত প্ৰদান কৰা হয়?
উ:- ষ্টকহ'ম ।

৫) ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন? 
উ:- ৰবীন্দ্ৰনাথ ঠাকুৰ ।

৬) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল?
উ:- সাহিত্য ।

৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল?
উ:- ১৯১৩ চনত ।

৮)কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল?
উ:- গীতাঞ্জলি ।

৯) কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়?
উ:- ১৯০১ চন ।

১০)কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়?
উ:- আলফ্ৰেড ন'বেল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)