সুখানুভূতি - মেঘালী বৰুৱা

যৌথ পৰিয়ালত বিয়া হৈ কি কৰিব , কেনেকৈ থাকিব বুলি ভয় কৰা ৰুণুমীয়ে বিয়াৰ ছমাহ নহওঁতেই স্বামী গৃহত এখন ওলোটা ছবিহে দেখা পালে । গোটেই পৰিয়ালৰ মৰম আৰু আদৰত তাই বিচাৰি পালে জীয়াই থকাৰ প্ৰকৃত সুখানুভূতি ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send