Home মেঘালী বৰুৱা সুখানুভূতি - মেঘালী বৰুৱা সুখানুভূতি - মেঘালী বৰুৱা personAditi Tanti September 06, 2021 0 share যৌথ পৰিয়ালত বিয়া হৈ কি কৰিব , কেনেকৈ থাকিব বুলি ভয় কৰা ৰুণুমীয়ে বিয়াৰ ছমাহ নহওঁতেই স্বামী গৃহত এখন ওলোটা ছবিহে দেখা পালে । গোটেই পৰিয়ালৰ মৰম আৰু আদৰত তাই বিচাৰি পালে জীয়াই থকাৰ প্ৰকৃত সুখানুভূতি । Tags অণুগল্পমেঘালী বৰুৱা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ