আজিৰ পৰা দহ বছৰ আগতে তাইৰ কুৎসিত চেহেৰাটোৰ বাবেই দেখিলেই লেই লেই চেই চেই কৰা তথা দেখিলেই দূৰৰ পৰা পলোৱা আত্মীয়টো বাদেই অইন মানুহেও এতিয়া তাইৰ লগত একপি ফটো উঠিবলৈ অথবা তাইৰ অট'গ্ৰাফ লবলৈ হেতা ওপৰা লাগে।কাৰণ তাই যে এতিয়া প্ৰখ্যাত চিনেমা পৰিচালক।
✍️ শেৱালি দাস কলিতা