সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
🔰ৰাষ্ট্ৰসংঘই কিমান চনত 'শিশুৰ অধিকাৰ' আঁচনি গ্ৰহণ কৰে?
➖১৯৫৯চনত।
🔰'বিশ্ব বাঁহ দিৱস' কেতিয়া পালন কৰা হয় ?
➖১৮ ছেপ্টেম্বৰ ।
🔰'ৰে'ল কৌশল বিকাশ যোজনা'ৰ কোনে শুভাৰম্ভ কৰে ?
➖ভাৰতীয় ৰেলৱে ।
🔰'বিশ্বৰ আটাইতকৈ বৃহৎ ৰক্ত পৰীক্ষণ কেন্দ্ৰ' কোনখন দেশত আৰম্ভ কৰা হয় ?
➖ব্ৰিটেইন ।
🔰'Translating my self and others' গ্ৰন্থখনৰ লেখক কোন ?
➖ঝুম্পা লেহৰী ।
🔰'বিশ্ব জল নিয়ন্ত্ৰণ দিৱস' কোন তাৰিখে পালন কৰা হয় ?
➖১৮ ছেপ্টেম্বৰ ।
🔰'আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি' সংস্হা কিমান চনত স্হাপন কৰা হৈছিল?
➖১৯৯০চনত।
🔰বনগীতৰ স্ৰষ্টা কোন?
➖আনন্দিৰাম দাস।
🔰আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আহোম নাম কি আছিল?
➖চুহিতাংফা।
🔰'কবিতা কোঁৱৰ' বুলি কাক জনা যায়?
➖অম্বেশ্বৰ চেতিয়া ফুকন।


সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)