আজিৰ ৰাশিফল-২০ ছেপ্তেম্বৰ

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
৩ আহিন , সোমবাৰ,ইং ২০ চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১৪/১৭,সূৰ্য্যাস্ত ঘ:৫/২০/২৩

 *ৰাশি:-* কুম্ভ ৰাশি।ৰা:ঘ:-১০/২৮/১ যোৱাত মীন ৰাশি।
 *তিথি :-* পূৰ্ণিমা।শে:ঘ:- ৪/৪৭/১১ লৈ।
 *নক্ষত্ৰ :-*  পূৰ্ব্বাভাদ্ৰপদ।শে:ৰা:ঘ:- ৪/৩৬/৪৩ লৈ।
 *শুভ সংখ্যা:-* ৭/২
 *শুভ ৰং :-* বগা / গোলপীয়া  ৰং ।
 *আদ্যঋতু হলে :-* দুৰ্ভগা  যোগ।
 *যাত্ৰা:-* বাযু কোনত নাই ।শে:ৰা:ঘ:- ৪/৪৭/১১ যোৱাত পূৱ  দিশত নাই।
 *যোগিনী :-* বাযু কোনত ।শে:ৰা:ঘ:- ৪/৪৭/১১ যোৱাত পূৱ  দিশত।
 *মৰণত দোষ:-* দ্বিপদ।শে:ৰা::ঘ;- ৪/৩৫/৪৩ যোৱাত নাই।
 *ভক্ষাভক্ষ্য:-* মাছ মাংস, তেল  খোৱা নিষেধ,শে:ৰা:ঘ:- ৪ /৪৭/১১ যোৱাত কোমোৰা খোৱা নিষেধ ।

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত  হোৱাৰ সুযোগ  লাভ কৰিব, ধন ধান আগমন হব, লগতে আজি আপোনাৰ প্ৰেমত ক্ষেত্ৰত শুভ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব,সম্পদ লাভ হব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, সমস্যাৰ সমাধান সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ দেহ মনত আপোনাৰ ক্লান্তি ভাৱ দুৰ  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, মনৰ আশা পুৰণ হব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট  পোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, শিক্ষক সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব যদিও আপোনাৰ আজি শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি যি কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ  হোৱাটো ভাল হব।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সন্মান বাঢ়িব, লগতে কৰ্মক্ষেত্ৰত শান্তি বৃদ্ধি  পোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, ঘৰুৱা সুখ বৃদ্ধি হব, যদিও লগতে আজি আপোনাৰ কৰ্মত সন্মান বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত প্ৰসংশা লাভ হব, যদিও আজি আপুনি কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, সাহিত্য সেৱাত মনোনিবেশ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, লগতে আজি আপোনাৰ  কৰ্মক্ষেত্ৰত  সামান্য পৰিশ্ৰম বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সম্পদ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)