সাধাৰণ জ্ঞান

অসমীয়া সাহিত্যৰ চানেকি
0
১.ভাৰতে সৰ্বপ্ৰথম কোন চনত বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হৈছিল?
উঃ ১৯৮৩চনত।
২.কিমান চনত জ্যোতি চিত্ৰবন উদ্বোধন কৰা হৈছিল?
উঃ ১৯৯০চনত।
৩.শ্ৰীমন্ত শংকৰদেৱ কলাক্ষত্ৰ কলাক্ষেত্ৰ কেতিয়া মুকলি কৰিছিল?
উঃ ১৯৯৮চনত।
৪.হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত অসমৰ জিলা খন কি?
উঃ বৰপেটা।
৫.'জাম্বু' বুলি কোনজন ক্ৰিকেট খেলুৱৈক জনা যায়?
উঃ অনিল কুম্বলে।
৬.IPL ত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ জন কোন?
উঃ মালিংগা।
৭.নাগৰিকত্ব সংশোধনী বিল লোকসভাত কোনে প্ৰদান কৰে?
উঃ অমিত শ্বাহ।
৮.লোকসভাত নাগৰিকত্ব সংশোধনী বিল কেতিয়া পাচ কৰা হয়?
উঃ ৮ডিচেম্বৰ ২০১৯চন।
৯.ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিল কেতিয়া পাচ কৰা হয়?
উঃ ১১ডিচেম্বৰ ২০১৯চনত।
১০.নাগৰিকত্ব সংশোধনী বিল পোন প্ৰথমে কেতিয়া অনা হৈছিল?
উঃ ১৯৫০চনত।

সংগ্ৰাহকঃ লভিতা চহৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)