১০ অক্টোবৰ- দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২৩আহিন , ৰবিবাৰ,ইং ১০ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/২৩/১৭,সূৰ্য্যাস্ত 
ঘ:৪/৫৮/৫৮ 

 *ৰাশি:-* বৃশ্চিক ৰাশি।
 *তিথি :-* শুক্লা চতুৰ্থী।ঘ:- ৮/৫২/৪০ লৈ।
 *নক্ষত্ৰ :-* অনুৰাধা। ৰা:ঘ:- ৭/২২/৩১ লৈ।
 *শুভ সংখ্যা:-* ৭/১
 *শুভ ৰং :-* ৰঙা/ সোনালী ৰং ।
 *আদ্যঋতু হলে :-* সুভগা যোগ।
 *মৰণত দোষ:-* এপদ।
 *যাত্ৰা:-* নৈঋত কোনত নাই।ঘ: ৮/৪২/৪০ যোৱাত দক্ষিণ দিশত নাই।
 *যোগিনী :-* নৈঋত কোনত।ঘ: ৮/৪২/৪০ যোৱাত দক্ষিণ দিশত ।
*ভক্ষাভক্ষ্য:-* মূলা খোৱা নিষেধ ।ঘ: - ৮/৪২/৪০ যোৱাত বেল খোৱা নিষেধ ।

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ক্ৰিয়া ক্ষেত্ৰত শুভ হব যদিও আজি আপুনি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য পৰিৱৰ্তন হোৱাৰ  যোগ দেখা যায় 

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, মনৰ ভাৱ প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আলহীৰ আগমন হব পাৰে, যদিও আজি আপুনি সজাগ নহলে মনৰ খংঙ ভাৱ বাঢ়িব পাৰে, লগতে সজাগ নহলে সামান্য অপমানিত  হোৱাৰ যোগ দেখা যায়।  

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত দ্বাযিত্ব বাঢ়িব, প্ৰিয় ব্যক্তিৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে আনৰ নিন্দনীয়  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হব, জ্ঞান লাভ হব, যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণত শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তি আৰু হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সজাগ নহলে আনৰ নিন্দনীয় হব পাৰে লগতে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত সাংবাদিক সখলৰ শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব  পাৰে লগতে কৰ্মত সজাগ নহলে বুদ্ধি ভ্ৰষ্ট হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, মনৰ আশা ভংগ ভংগ হব পাৰে, লগতে সজাগ নহলে সামান্য ক্ষয়তি  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, কৰ্মদক্ষতা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব ,কৰ্মদক্ষতা বাঢ়িব,  লগতে শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)