অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
🔰আন্তঃৰাষ্ট্ৰীয় ই-আৱৰ্জনা দিৱস(২০২১)-ৰ বিষয়বস্তু কি আছিল?
➖Consumer is the key to circular economy।
🔰Renewable Energy country Attractiveness Index (2021)-ত ভাৰতৰ স্থান কিমান?
➖তৃতীয়।
🔰ISSF (International Shooting Sport Federation)-ৰ জুনিয়ৰ চেম্পিয়নশ্বিপ-২০২১ ক'ত অনুষ্ঠিত হৈছিল?
➖পেৰু।
🔰সংক্ৰামক ৰোগবোৰ ৰোধ কৰিবলৈ One Health Consortium কোনে আৰম্ভ কৰিছে?
➖জৈৱ প্ৰায়োগিক বিভাগ ( DBT)।
🔰আনাৰসৰ পৰা চামৰা তৈয়াৰ কৰি পেটা ইণ্ডিয়া এৱাৰ্ড কোনে লাভ কৰিছে?
➖জেমছ পি. কে. সংগমা।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)