অসমীয়া সাধাৰণ জ্ঞান

🔰আন্তঃৰাষ্ট্ৰীয় ই-আৱৰ্জনা দিৱস(২০২১)-ৰ বিষয়বস্তু কি আছিল?
➖Consumer is the key to circular economy।
🔰Renewable Energy country Attractiveness Index (2021)-ত ভাৰতৰ স্থান কিমান?
➖তৃতীয়।
🔰ISSF (International Shooting Sport Federation)-ৰ জুনিয়ৰ চেম্পিয়নশ্বিপ-২০২১ ক'ত অনুষ্ঠিত হৈছিল?
➖পেৰু।
🔰সংক্ৰামক ৰোগবোৰ ৰোধ কৰিবলৈ One Health Consortium কোনে আৰম্ভ কৰিছে?
➖জৈৱ প্ৰায়োগিক বিভাগ ( DBT)।
🔰আনাৰসৰ পৰা চামৰা তৈয়াৰ কৰি পেটা ইণ্ডিয়া এৱাৰ্ড কোনে লাভ কৰিছে?
➖জেমছ পি. কে. সংগমা।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send