১৬ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
আজি ১৬ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৭৬ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি বিশ্ব এনাস্থেচিয়া দিৱস।
🧭আজি বিশ্ব খাদ্য দিৱস।
🧭আজি প্ৰখ্যাত ভাৰতীয় অভিনেত্ৰী হেমামালিনীৰ জন্মদিন।
🧭আজিৰ দিনটোতেই ১৩৮৪ চনত পোলেণ্ডৰ প্ৰথম মহিলা শাসক জাৰগিৱাই সিংহাসন আৰোহণ কৰিছিল।
🧭আজিৰ দিনটোতেই ১৯০৫ চনত ভাৰতত বংগ বিভাজন সংঘটিত হৈছিল।
🧭আজিৰ দিনটোতেই ১৯২৩ চনত ৱাল্ট ডিজনী কোম্পানীৰ প্ৰতিষ্ঠা হৈছিল।
🧭আজিৰ  দিনটোতেই ২০১৯ চনত বিখ্যাত ৰাম মন্দিৰ-বাবৰি মছজিদ গোচৰৰ সামৰণি পৰিছিল।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)