০৩ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
আজি ৩ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৭৬ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮৯ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি জাৰ্মান একতা দিৱস।
🧭আজি ভাৰতৰ প্ৰথম মহিলা চিকিৎসক কাদম্বিনী গাংগুলীৰ মৃত্যু তিথি।
🧭আজি ইৰাকৰ ৰাষ্ট্ৰীয় দিৱস।
🧭আজি দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠা দিৱস।
🧭আজিৰ দিনটোতেই ১৯৪৯ চনত কৃষ্ণাংগসকলৰ মালিকাধীন প্ৰথমটো ৰেডিঅ ষ্টেচন 'WERD' আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত মুকলি কৰা হয়।
🧭আজিৰ দিনটোতেই ১৯৫২ চনত ইংলেণ্ড বিশ্বৰ তৃতীয়খন আণৱিক শক্তিসম্পন্ন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।

🌼সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)