০৩ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

আজি ৩ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৭৬ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮৯ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি জাৰ্মান একতা দিৱস।
🧭আজি ভাৰতৰ প্ৰথম মহিলা চিকিৎসক কাদম্বিনী গাংগুলীৰ মৃত্যু তিথি।
🧭আজি ইৰাকৰ ৰাষ্ট্ৰীয় দিৱস।
🧭আজি দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠা দিৱস।
🧭আজিৰ দিনটোতেই ১৯৪৯ চনত কৃষ্ণাংগসকলৰ মালিকাধীন প্ৰথমটো ৰেডিঅ ষ্টেচন 'WERD' আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত মুকলি কৰা হয়।
🧭আজিৰ দিনটোতেই ১৯৫২ চনত ইংলেণ্ড বিশ্বৰ তৃতীয়খন আণৱিক শক্তিসম্পন্ন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।

🌼সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send