সাধাৰণ জ্ঞান

Rinku Rajowar
0
🔰"Nation Cadet Corps" (NCC)-ৰ নতুন মহানিৰ্দেশক কোন?
➖গুৰবীৰপাল সিং।
🔰"Border Security Force"( BSF)-ৰ নতুন মহানিৰ্দেশক কোন?
➖পংকজ কুমাৰ সিং।
🔰অসমৰ মুখ্য ন্যায়াধীশ কোন?
➖সুধাংশু ধুলিয়া।
🔰বিশ্ব ৰেবিছ দিৱস কেতিয়া?
➖২৮ ছেপ্তেম্বৰ।
🔰সমৰ্পণ পৰ্টেল কোন ৰাজ্য চৰকাৰে মুকলি কৰিছে?
➖হাৰিয়ানা।
🔰বিশ্ব ৰোগী সুৰক্ষা দিৱস কেতিয়া?
➖১৭ ছেপ্তেম্বৰ।
🔰"WHO" (World Health Organisation)-এ কাক গোলকীয় স্বাস্হ্য বিনিয়োগৰ পৰিচালক ৰূপে নিযুক্ত কৰিছে?
➖গৰ্ডন ব্ৰাউন।
🔰T-20 ক্ৰিকেটত ১০,০০০ ৰাণ গঢ়া প্ৰথমজন ভাৰতীয় খেলুৱৈ কোন?
➖বিৰাট কোহলী।
🔰গুজৰাট বিধানসভাৰ প্ৰথমগৰাকী মহিলা বক্তা কোন?
➖নীমাবেন আচাৰ্য।
🔰"The Battle of rezang la"-ৰ লেখক কোন?
➖কুলপ্ৰীত যাদৱ।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)