➖ৰাজেশ সিংঘল।
🔰'The state of Climate Services 2021: Water' কোনে ঘোষণা কৰিছে?
➖বিশ্ব বতৰ বিজ্ঞান সংগঠন।
🔰বিশ্ব মানসিক স্বাস্হ্য দিৱস-২০২১ ৰ বিষয়বস্তু কি আছিল?
➖এক অসমান পৃথিৱীত মানসিক স্বাস্হ্য।
🔰সত্যজিত ৰায় পুৰস্কাৰ-২০২১ কোনে পাইছে?
➖বি. গোপাল।
🔰হেনলে পাচপৰ্ট সূচকাংকত ভাৰত কিমান স্থানত আছে?
➖৯০।
✳️সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।