সাধাৰণ জ্ঞান-কুইজ

🔰এলাহাবাদ হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ কোন?
➖ৰাজেশ সিংঘল।
🔰'The state of Climate Services 2021: Water' কোনে ঘোষণা কৰিছে?
➖বিশ্ব বতৰ বিজ্ঞান সংগঠন।
🔰বিশ্ব মানসিক স্বাস্হ্য দিৱস-২০২১ ৰ বিষয়বস্তু কি আছিল?
➖এক অসমান পৃথিৱীত মানসিক স্বাস্হ্য।
🔰সত্যজিত ৰায় পুৰস্কাৰ-২০২১ কোনে পাইছে?
➖বি. গোপাল।
🔰হেনলে পাচপৰ্ট সূচকাংকত ভাৰত কিমান স্থানত আছে?
➖৯০।

✳️সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send