১২ অক্টোবৰ-আজিৰ দিনটোৰ বিশেষত্ব

আজি ১২ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি ব্ৰাজিলৰ শিশু দিৱস।
🧭আজিৰ দিনটোতেই ১৭৯২ চনত নিউয়ৰ্কত প্ৰথমবাৰলৈ কলম্বাচ দিৱস উদ্‌যাপন কৰা হৈছিল।
🧭আজিৰ দিনটোতেই ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই UNESCO-ৰ পৰা অব্যাহতি লৈছিল।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send