১২ অক্টোবৰ-আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
আজি ১২ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি ব্ৰাজিলৰ শিশু দিৱস।
🧭আজিৰ দিনটোতেই ১৭৯২ চনত নিউয়ৰ্কত প্ৰথমবাৰলৈ কলম্বাচ দিৱস উদ্‌যাপন কৰা হৈছিল।
🧭আজিৰ দিনটোতেই ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই UNESCO-ৰ পৰা অব্যাহতি লৈছিল।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)