১৯ অক্টোবৰ- দৈনিক ৰাশিফল

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১ কাতি , মঙ্গলবাৰ,ইং ১৯ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/২৭/৩০,সূৰ্য্যাস্ত 
ঘ:৪/৪৯/৫১

 *ৰাশি:-*  মীন ৰাশি।
 *তিথি :-* শুক্লা চতুৰ্দশী। স:ঘ:- ৬/৩৫/৫৭ লৈ।
 *নক্ষত্ৰ :-* উত্তৰভাদ্ৰপদ। ঘ:- ১২/৫৮/৫৫ লৈ।
 *শুভ সংখ্যা:-* ৭/১
 *শুভ ৰং :-* ৰঙা/ ধোৱাবৰণ ৰং ।
 *আদ্যঋতু হলে :-* দূৰ্ভগা যোগ।
 *মৰণত দোষ:-* এপদ।
 *যাত্ৰা:-* পশ্চিম দিশত  নাই।স:ঘ:- ৬/৩৫/৫৭ যোৱাত বাযু কোনত নাই।
 *যোগিনী :-* পশ্চিম দিশত।স:ঘ:- ৬/৩৫/৫৭ যোৱাত বাযু কোনত।
*ভক্ষাভক্ষ্য:-* মাটিমাহ, মাছ মাংস খোৱা নিষেধ ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হব,মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে আনৰ দ্বাৰা ক্ষতি হোৱাৰ  যোগ দেখা যায় ।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, ব্যৱসায়ত শুভ হব,  লগতে আজি আপোনাৰ মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, মনত সাহস বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে পাপ্য হানি  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ আনৰ সহায় সহযোগিতা লাভ হব, মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ বন্ধু লাভ  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হব, ধন সন্মান লাভ হব, লগতে কৰ্মত নতুনকৈ যোগাযোগ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, মনৰ আশা পুৰণ হব যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনল আশা ভংগ হব পাৰে, সজাগ নহলে মিচা আপৱাদ পাৱ পাৰে যদিও আজি পুলিচ / প্ৰশাসনৰ লগত জৰিত ব্যক্তি  সকলৰ কৰ্মত শুভ হব,  হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কাম কাজত উন্নতি হব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, দ্ৰব্য লাভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্টৰ সন্মুখীন হব পাৰে।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণত শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বাঢ়িব পাৰে, লগতে মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব যদিও আজি আপুনি সজাগ নহলে শত্ৰু বাঢ়িব পাৰে লগতে আৰ্থিক দিশত সামান্য নাটনি  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send