১৬ অক্টোবৰ- দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২০আহিন , শনিবাৰ,ইং ১৬ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/২৬/৯,সূৰ্য্যাস্ত 
ঘ:৪/৫২/৪২

 *ৰাশি:-* কুম্ভ ৰাশি।
 *তিথি :-* শুক্লা একাদশী। ৰা:ঘ:- ৭/০৫/১৪ লৈ।
 *নক্ষত্ৰ :-* ধনিষ্ঠা। ঘ:- ১১/৫৬/২০ লৈ।
 *শুভ সংখ্যা:-* ৪/৮
 *শুভ ৰং :-* নীলা/ ক'লা ৰং ।
 *আদ্যঋতু হলে :-* সুভগা যোগ।
 *মৰণত দোষ:-*  এপদ।ৰা:ঘ:- ৭/৫/১৪ যোৱাত দ্বিপদ।
 *যাত্ৰা:-* অগ্নি কোনত নাই।ৰা:ঘ: ৭/৫/১৪ যোৱাত নৈঋত কোনত নাই।
 *যোগিনী :-* অগ্নি কোনত।ৰা:ঘ: ৭/৫/১৪ যোৱাত নৈঋত কোনত।
*ভক্ষাভক্ষ্য:-* উৰহী খোৱা নিষেধ ।ৰা:ঘ: - ৭/১৪/১৪ যোৱাত পূৰৈ শাক খোৱা নিষেধ ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, ভ্ৰমণত শুভ হব, লগতে ধন সন্মান লাভ   হোৱাৰ  যোগ দেখা যায় ।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হব, যদিও সজাগ নহলে আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য জেদ ভাৱ বাঢ়িব, ভ্ৰমণত শুভ হব,  যদিও আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হব। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, কৰ্মত উন্নতি হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, আত্মীয় আগমন হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি  হোৱাটো ভাল হব।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণত শুভ হব, আজি আপোনাৰ কৰ্মত যশস্যা লাভ হব যদিও আজি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হব। 

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হব, কৰ্মত বিপৰীত লিংগৰ পৰা সহাৰি লাভ হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য   হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত মনত উৎসাহ বাঢ়িব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব,যদিও আজি আপুনি সজাগ নহলে সামান্য পাৰিবাৰিক অশান্তি ভাৱ  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব,মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয়    বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰ মৰ্য্যদা লাভ কৰিব, ৰোগাৰোগ্য হব, যদিও সজাগ নহলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সুখ বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)