আজি হ'ল ৩১ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ৩০৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৬১ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
🧭আজি ভাৰতৰ ৰাষ্ট্ৰীয় একতা দিৱস।
🧭আজি বিশ্ব সঞ্চয় দিৱস।
🧭আজিৰ দিনটোতেই ১৯২২ চনত বেনিট' মুছোলিনি ইটালীৰ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল।
🧭আজিৰ দিনটোতেই ২০১১ চনত পৃথিৱীৰ জনসংখ্যা সাত বিলিয়নৰ ঘৰত উপনীত হৈছিল; যিটো দিনক আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্তমান সাত বিলিয়নৰ দিন হিচাপে উদ্যাপন কৰে।
✳️সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ