➖Meta।
🔰Indian Green Energy Award-2021 কোন কোম্পানীয়ে লাভ কৰিছে?
➖TVS মটৰচ।
🔰Global Climate Tech Investment Trend Report-2021ত ভাৰতৰ স্থান কিমান?
➖নৱম।
🔰আন্তঃৰাষ্ট্ৰীয় এনিমেচন দিৱস-২০২১ কেতিয়া আছিল?
➖২৮ অক্টোবৰ।
🔰জম্মু-কাশ্মীৰ বেংকৰ নতুন অধ্যক্ষ কোন?
➖বলদেৱ প্ৰকাশ।
🔰FloBiz Neobank-ৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ কোন?
➖মনোজ বাজপেয়ী।
🔰স্বদেশ নিৰ্মিত "ICGS- সাৰ্থক"ক ভাৰতীয় সেনা বাহিনীত অৰ্ন্তভূক্ত কৰা হৈছে। সাৰ্থক কি?
➖সামুদ্ৰিক জাহাজ।
🔰ফল-মূল কৃত্ৰিমভাৱে পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
➖এছিটিলীন।
🔰উজ্জয়িনীৰ পুৰণি নাম কি আছিল?
➖অৱন্তিকা।
🔰"My Life, My Mission"- কিতাপখন কোনে লিখিছে?
➖বাবা ৰামদেৱ।
💠সংগ্ৰাহক➖কুঁহিস্মিতা বৰা।
অসম বুৰঞ্জী ওপৰত সংগ্ৰহ কৰি দিবছোন।
ReplyDelete