দুর্বাৰ হেঁপাহ !!!
যেতিয়া জীৱন নামৰ সংগ্ৰামখনত
কঠিনতাৰ বাস্তৱ জগতখনৰ লগত থিয় হওঁ ;
তেতিয়া অসম্পূৰ্ণ আশাবোৰে ৰিঙিয়াই যায় !!
সপোনবোৰে প্ৰাণ পাই উঠে..
হেৰাই যোৱা অসম্পূৰ্ণ আশাবোৰক লৈ এতিয়া আৰু
অলপো অৱকাশ নাই ,
মাথোঁ এক নতুনত্বৰ সন্ধানত এখোজ আগলৈ...।
✍️বিতু পানতাতি
গাঁও:-ঘিলাধাৰী চাহ বাগিছা বিশ্বনাথ,অসম