নোপোৱাৰ বেদনা-বিতু পানতাতি

0
শূণ্যতাৰেই আকাশ চুৱাৰ 
দুর্বাৰ হেঁপাহ !!!
যেতিয়া জীৱন নামৰ সংগ্ৰামখনত
কঠিনতাৰ বাস্তৱ জগতখনৰ লগত থিয় হওঁ ;
তেতিয়া অসম্পূৰ্ণ আশাবোৰে ৰিঙিয়াই যায় !!
সপোনবোৰে প্ৰাণ পাই উঠে..
হেৰাই যোৱা অসম্পূৰ্ণ আশাবোৰক লৈ এতিয়া আৰু
অলপো অৱকাশ নাই ,
মাথোঁ এক নতুনত্বৰ সন্ধানত এখোজ আগলৈ...।
           
               
✍️বিতু পানতাতি
গাঁও:-ঘিলাধাৰী চাহ বাগিছা               বিশ্বনাথ,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)