● ভাৰতীয় বন্যপ্ৰাণী গৱেষণা কেন্দ্ৰ → ডেৰাডুন
●কেন্দ্ৰীয় পক্ষী গৱেষণা কেন্দ্ৰ →ইজ্জতনগৰ
● নেচনেল ইনষ্টিটিউট অৱ এনভায়ৰনমেণ্টেল ৰিচাৰ্ছ → নাগপুৰ
● নেচনেল ইনষ্টিটিউট অৱ কেমেল ৰিচাৰ্ছ → বিকানেৰ
●ৰাষ্ট্ৰীয় ভূ-পদাৰ্থ বিজ্ঞান গৱেষণা কেন্দ্ৰ→ হায়দৰাবাদৰ
● ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা কেন্দ্ৰ → নাগপুৰ
● ভাৰতীয় কৃষি গৱেষণা পৰিষদ→ নতুন দিল্লী
● ভাৰতীয় মৃত্তিকা বিজ্ঞান প্ৰতিষ্ঠান → প্ৰয়াগৰাজ
● কেন্দ্ৰীয় মাটি আৰু লৱণতা গৱেষণা কেন্দ্ৰ → কৰ্ণাল
● ভাৰতীয় উদ্যান পালন গৱেষণা কেন্দ্ৰ → বাংগালোৰ
● ভাৰতীয় বন জৰীপ কেন্দ্ৰ → ডেৰাডুন
● ৰাষ্ট্ৰীয় প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় নতুন → দিল্লী
● চেলিম আলী চেণ্টাৰ → অৰ্নিথলজী এণ্ড নেচাৰেল হিষ্ট্ৰী কইম্বাটুৰ
● বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়া → কলকাতা
● জুলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া → কলকাতা
● ৰাষ্ট্ৰীয় বন গৱেষণা কেন্দ্ৰ → ঝান্সি
● কেন্দ্ৰীয় মৰুভূমি গৱেষণা কেন্দ্ৰ→ যোধপুৰৰ
● ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান → নতুন দিল্লী
● ভাৰতীয় বতৰ বিজ্ঞান পৰ্যৱেক্ষণালয় → পুনা
● ইনষ্টিটিউট অৱ বেক্টেৰিয়া প্ৰযুক্তি → চণ্ডিগড়
● ৰাষ্ট্ৰীয় উদ্ভিদ বিজ্ঞান প্ৰতিষ্ঠান → লক্ষ্ণৌ
● কেন্দ্ৰীয় খনন গৱেষণা কেন্দ্ৰ → ধানবাদ (ঝাৰখণ্ড)
● ভাৰতীয় ৰাসায়নিক জীৱবিজ্ঞান কেন্দ্ৰ → কলকাতা
● কেন্দ্ৰীয় ইন্ধন গৱেষণা কেন্দ্ৰ → জাদুগোৰা (ঝাৰখণ্ড)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ