গৱেষণা কেন্দ্ৰ আৰু সেইবোৰৰ মুখ্য কাৰ্যালয়

Rinku Rajowar
0
● ভাৰতীয় বন গৱেষণা কেন্দ্ৰ → ডেৰাডুন

● ভাৰতীয় বন্যপ্ৰাণী গৱেষণা কেন্দ্ৰ → ডেৰাডুন

 ●কেন্দ্ৰীয় পক্ষী গৱেষণা কেন্দ্ৰ  →ইজ্জতনগৰ

● নেচনেল ইনষ্টিটিউট অৱ এনভায়ৰনমেণ্টেল ৰিচাৰ্ছ → নাগপুৰ

● নেচনেল ইনষ্টিটিউট অৱ কেমেল ৰিচাৰ্ছ → বিকানেৰ 

 ●ৰাষ্ট্ৰীয় ভূ-পদাৰ্থ বিজ্ঞান গৱেষণা কেন্দ্ৰ→  হায়দৰাবাদৰ

● ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা কেন্দ্ৰ → নাগপুৰ

● ভাৰতীয় কৃষি গৱেষণা পৰিষদ→ নতুন দিল্লী

● ভাৰতীয় মৃত্তিকা বিজ্ঞান প্ৰতিষ্ঠান → প্ৰয়াগৰাজ 

● কেন্দ্ৰীয় মাটি আৰু লৱণতা গৱেষণা কেন্দ্ৰ → কৰ্ণাল 

● ভাৰতীয় উদ্যান পালন গৱেষণা কেন্দ্ৰ → বাংগালোৰ

● ভাৰতীয় বন জৰীপ কেন্দ্ৰ → ডেৰাডুন

● ৰাষ্ট্ৰীয় প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় নতুন → দিল্লী

● চেলিম আলী চেণ্টাৰ → অৰ্নিথলজী এণ্ড নেচাৰেল হিষ্ট্ৰী কইম্বাটুৰ

● বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়া → কলকাতা 

● জুলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া → কলকাতা 

● ৰাষ্ট্ৰীয় বন গৱেষণা কেন্দ্ৰ → ঝান্সি 

 ● কেন্দ্ৰীয় মৰুভূমি গৱেষণা কেন্দ্ৰ→ যোধপুৰৰ 

● ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান → নতুন দিল্লী

● ভাৰতীয় বতৰ বিজ্ঞান পৰ্যৱেক্ষণালয় → পুনা 

● ইনষ্টিটিউট অৱ বেক্টেৰিয়া প্ৰযুক্তি → চণ্ডিগড়

● ৰাষ্ট্ৰীয় উদ্ভিদ বিজ্ঞান প্ৰতিষ্ঠান → লক্ষ্ণৌ

● কেন্দ্ৰীয় খনন গৱেষণা কেন্দ্ৰ → ধানবাদ (ঝাৰখণ্ড)

● ভাৰতীয় ৰাসায়নিক জীৱবিজ্ঞান কেন্দ্ৰ → কলকাতা

● কেন্দ্ৰীয় ইন্ধন গৱেষণা কেন্দ্ৰ → জাদুগোৰা (ঝাৰখণ্ড)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)