২০ অক্টোবৰ- আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২ কাতি , বুধবাৰ, ইং ২০ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/২৭/৫৭,সূৰ্য্যাস্ত 
ঘ:৪/৪৮/২২

 *ৰাশি:-*  মীন ৰাশি। ঘ:- ২/১৯/১০ যোৱাত মেষ ৰাশি।
 *তিথি :-* পূৰ্ণিমা। ৰা:ঘ:- ৭/২৮/৫ লৈ।
 *নক্ষত্ৰ :-* ৰেৱতী। ঘ:- ২২/২৮/৩লৈ।
 *শুভ সংখ্যা:-* ৮, ৫
 *শুভ ৰং :-* বগা,সেউজীয়া ৰং ।
 *আদ্যঋতু হলে :-* দু:শীলা যোগ।
 *মৰণত দোষ:-* নাই।
 *যাত্ৰা:-* বাযু কোনত  নাই।ৰা:ঘ:- ৭/২৮/৫ যোৱাত পূৱ দিশত নাই।
 *যোগিনী :-* বাযু কোনত  ।ৰা:ঘ:- ৭/২৮/৫ যোৱাত পূৱ দিশত ।
*ভক্ষাভক্ষ্য:-* মাটিমাহ, মাছ মাংস খোৱা নিষেধ। ৰা:ঘ:- ৭/২৮/৫ যোৱাত কোমোৰা খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য কষ্ট পোৱাৰ  যোগ দেখা যায় ।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, সন্মান লাভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুনৰ ৰাশিৰ   জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব যদিও আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব পাৰে, ভ্ৰমণত সফল হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক- জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব লগতে সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায় । 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, কৰ্মক্ষেত্ৰ পৰিশ্ৰম বাঢ়িব পাৰে আজি আপুনি সজাগ নহলে সামান্য মিছা আপবাদ পোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সঞ্চয় বাঢ়িব। ঘৰুৱা দিশত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ কৰিব পাৰে,আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে মনটো সামান্য দুৰ্বল হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ন্যায় লাভ কৰিব। প্ৰেমত শুভ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ হব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব। আৰ্থিক দিশত শুভ হব যদিও আজি আপোনাৰ মনত সামান্য উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব।সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশিফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                 কামাখ্যা গেট( নাৰ্চাৰী)গুৱাহাটী 

Ph. no -9101096481
Wp. no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)