ঐ লাকি ঐ লাকি
ফুলবোৰ ক'ত পালি ?
আামাকো দিবি নেকি ?
এপাহ এপাহ ৰং মিলি ।
ৰঙা , নীলা , হালধীয়া
ইমান ধুনীয়া ,
আমাকো দিবি নেকি ?
এপাহ গুলপীয়া ।
গোলাপ ফুল ৰঙা , গুলপীয়া
ছাগলীয়ে খায় পাত কুমলীয়া ।
ফুলবোৰে যেতিয়া নাচি-বাগি থাকে
পখিলাই তেতিয়া
ফুলৰ মৌ চুহে ।